
Wednesday, August 8, 2018
Saturday, July 28, 2018
Wednesday, July 25, 2018
সপোন সময়বোৰ বুজিলে বৰ দীঘলীয়া | চিনাকীবোৰ আজি অচিনাকী হ'ল, দেখিলে কেতিয়াৱা হাঁহি মাৰে মই নিঠৰুৱা হৈ পৰিছো | মৰমৰ বোৰ এটিয়া পাহৰিৱ নোৱাৰি, নিজক লৈ মই গতিমান কিন্তু তোমাৰ দৰেই নহয় মোৰ বিশ্বাস আছে নিজৰ ওপৰত সময় বোৰ মিছা প্ৰতিস্তুতি অভিনয়বোৰৰ কোনো স্থান নাই পৃথিৱীত| এতিয়া মই সকলো পাহৰি পেলাইছো , দিনবোৰক লৈ এটা নতুন যাত্ৰা দিশে | এইয়া মোৰ জীৱন এইয়া মোৰ প্ৰাণ| ৰিকি দাস দলগাঁও,দৰং,অসম
সপোন
সময়বোৰ বুজিলে বৰ দীঘলীয়া |
চিনাকীবোৰ আজি অচিনাকী হ'ল,
দেখিলে কেতিয়াৱা হাঁহি মাৰে
মই নিঠৰুৱা হৈ পৰিছো |
মৰমৰ বোৰ এটিয়া পাহৰিৱ নোৱাৰি,
নিজক লৈ মই গতিমান
কিন্তু তোমাৰ দৰেই নহয়
মোৰ বিশ্বাস আছে
নিজৰ ওপৰত
সময় বোৰ মিছা প্ৰতিস্তুতি
অভিনয়বোৰৰ কোনো স্থান নাই পৃথিৱীত|
এতিয়া মই সকলো পাহৰি পেলাইছো ,
দিনবোৰক লৈ এটা নতুন যাত্ৰা দিশে |
এইয়া মোৰ জীৱন
এইয়া মোৰ প্ৰাণ|
ৰিকি দাস
সময়বোৰ বুজিলে বৰ দীঘলীয়া |
চিনাকীবোৰ আজি অচিনাকী হ'ল,
দেখিলে কেতিয়াৱা হাঁহি মাৰে
মই নিঠৰুৱা হৈ পৰিছো |
মৰমৰ বোৰ এটিয়া পাহৰিৱ নোৱাৰি,
নিজক লৈ মই গতিমান
কিন্তু তোমাৰ দৰেই নহয়
মোৰ বিশ্বাস আছে
নিজৰ ওপৰত
সময় বোৰ মিছা প্ৰতিস্তুতি
অভিনয়বোৰৰ কোনো স্থান নাই পৃথিৱীত|
এতিয়া মই সকলো পাহৰি পেলাইছো ,
দিনবোৰক লৈ এটা নতুন যাত্ৰা দিশে |
এইয়া মোৰ জীৱন
এইয়া মোৰ প্ৰাণ|
ৰিকি দাস
দলগাঁও,দৰং,অসম
Subscribe to:
Posts (Atom)