সপোন
সময়বোৰ বুজিলে বৰ দীঘলীয়া |
চিনাকীবোৰ আজি অচিনাকী হ'ল,
দেখিলে কেতিয়াৱা হাঁহি মাৰে
মই নিঠৰুৱা হৈ পৰিছো |
মৰমৰ বোৰ এটিয়া পাহৰিৱ নোৱাৰি,
নিজক লৈ মই গতিমান
কিন্তু তোমাৰ দৰেই নহয়
মোৰ বিশ্বাস আছে
নিজৰ ওপৰত
সময় বোৰ মিছা প্ৰতিস্তুতি
অভিনয়বোৰৰ কোনো স্থান নাই পৃথিৱীত|
এতিয়া মই সকলো পাহৰি পেলাইছো ,
দিনবোৰক লৈ এটা নতুন যাত্ৰা দিশে |
এইয়া মোৰ জীৱন
এইয়া মোৰ প্ৰাণ|
ৰিকি দাস
সময়বোৰ বুজিলে বৰ দীঘলীয়া |
চিনাকীবোৰ আজি অচিনাকী হ'ল,
দেখিলে কেতিয়াৱা হাঁহি মাৰে
মই নিঠৰুৱা হৈ পৰিছো |
মৰমৰ বোৰ এটিয়া পাহৰিৱ নোৱাৰি,
নিজক লৈ মই গতিমান
কিন্তু তোমাৰ দৰেই নহয়
মোৰ বিশ্বাস আছে
নিজৰ ওপৰত
সময় বোৰ মিছা প্ৰতিস্তুতি
অভিনয়বোৰৰ কোনো স্থান নাই পৃথিৱীত|
এতিয়া মই সকলো পাহৰি পেলাইছো ,
দিনবোৰক লৈ এটা নতুন যাত্ৰা দিশে |
এইয়া মোৰ জীৱন
এইয়া মোৰ প্ৰাণ|
ৰিকি দাস
No comments:
Post a Comment